Author: ৰিনয় বসুমতাৰী
চৰকাৰৰ নিৰ্দেশলৈ সহাঁৰি: দিনৰ বাৰ বজাৰ লগে লগে জনশূন্য হৈ পৰিল কোকৰাঝাৰ চহৰ
ৰাজ্যত কৰ’ণা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত জিলাখনৰ সংবাদকৰ্মীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে…
ৰাজ্যত পুনৰ কিশোৰীক ধৰ্ষণ : কোকৰাঝাৰত ৮ বছৰ ধৰি কিশোৰীক ধৰ্ষণ অসম আৰক্ষীৰ এগৰাকী বেটেলিয়নৰ
ৰাজ্যত অন্য এক জঘন্য ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে | এই জঘন্য ঘটনা ঘটিছে কোকৰাঝাৰত। জানিব পৰা মতে কোকৰাঝাৰ চৰাইখলাস্থিত 7 APBnৰ কৰ্মৰত…
কিয় হাৰিল বিপিএফৰ তিনি শক্তিশালী প্ৰাৰ্থী? কোকৰাঝাৰত আজি পৰ্যালোচনা বৈঠক
অসম বিধানসভা নিৰ্বাচনত এইবাৰ বিটিআৰৰ নিৰ্বাচনী অংকত বহু ওলোট-পলট হোৱা পৰিলক্ষিতি হ’ল। বিটিআৰৰ মহা প্ৰতাপী হাগ্ৰামা মহিলাৰীৰ দুৰ্গত এইবাৰ বাৰুকৈয়ে আঘাত হানিলে…
ভোটগণনাৰ পূৰ্বে কোকৰাঝাৰত বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ; বেংক ডকাইতিত জড়িত যুৱকক আটক
ভোট গণনাৰ প্ৰাক্ক্ষণত কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং ৪ আৰু ৫ ত অভিযান চলাই বিশাল অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ…
EVM ত খেলিমেলি কৰিবলৈহে জাৰি কৰা হৈছে সান্ধ্য আইন: প্ৰমীলাৰ মহা বিস্ফোৰণ
ৰাজ্যৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এনে সময়তে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সমগ্ৰ…
নৱগঠিত বড়ো সন্ত্ৰাসবাদী সংগঠন NLFB ত মোক্ষম আঘাত, জব্দ হ’ল বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
বিটিআৰৰ ৰাজনৈতিক তথা সামাজিক দৃশ্যপটত শেহতীয়াকৈ মৃদু জোকাৰণিৰ সৃষ্টি কৰা নৱগঠিত সন্ত্ৰাসবাদী সংগঠন NLFB ত মোক্ষম আঘাত পৰিছে। শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনটোৰ এক…
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ, কোকৰাঝাৰ, বৰপেটাত বিস্তৰ ক্ষতি
চ’তৰ শেষত বৰদৈচিলাৰ সংহাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। কোকৰাঝাৰ চহৰৰ নিচেই কাষতে অৱস্থিত তিতাগুৰিকে ধৰি বেচৰগাঁওঁ,হালোৱাদল,জনগাঁও, পাটগাওঁ…
মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰত মাজনিশা কি ঘটিছিল? কিয় আটক কৰিলে প্ৰাৰ্থীগৰাকীৰ দেহৰক্ষীক?
দেওবাৰে মাজনিশা কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ঘৰত হঠাতে উপস্থিত হয় কোকৰাঝাৰ আৰক্ষী। সেই সময়ত…
হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন আয়োগে জাননী জাৰি কৰি খুব ভাল কাম কৰিছে : হাগ্ৰামা
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিব। এনে সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে শেষ নিৰ্বাচনী প্ৰচাৰত।বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়েও…
মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে গঠন কৰা হব উন্নয়ন পৰিষদ: ৰবিৰাম নাৰ্জাৰী
এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা হব বুলি ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী…