NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ত্ৰিপুৰাৰ চোৰাংচিকাৰী

লামডিং সংৰক্ষিত বনাঞ্চলত কালি অৰ্থাৎ ২৫ মে’ত লামডিং বন বিভাগে এটা চোৰাংচিকাৰীক দুটা বন্দুকসহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাংচিকাৰীটোক ত্ৰিপুৰাৰ বিজয়…

এন ই নাও নিউজ · May 26, 2019 10:51 am
অসম

গোলাঘাটত বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ; এজনক আটক

গোলাঘাট জিলাৰ অকা তিনিআলিত সংঘটিত বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে বিশেষভাৱে সক্ষম…

এন ই নাও নিউজ · May 24, 2019 10:04 pm
Popular Stories

এন এছ চি এন (আই এম)ৰ গুলীয়ে প্ৰাণ কাঢ়ি নিয়া তিৰং আবহৰ জয় লাভ পশ্চিম খুনচা বিধানসভা সমষ্টিত

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জয়ী হৈয়ো জয়ৰ সুখবৰ ল’বলৈ নাপালে ৰাজ্যখনৰ পশ্চিম খুনচা বিধানসভা সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক তিৰং…

এন ই নাও নিউজ · May 24, 2019 5:20 pm
অৰুণাচল

অৰুণাচলৰ অৰণ্যত সেনাৰ এন এছ চি এনৰ বিৰুদ্ধে তীব্ৰ অভিযান

নিৰ্বাচনৰ ফল ঘোষণালৈ মাত্ৰ এদিন বাকী থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক তিৰং অভয়ৰ বৰ্বৰ হত্যাকাণ্ডৰ পিছতে পাহাৰীয়া…

পাৰ্শ্বজ্যোতি গগৈ · May 22, 2019 10:59 pm
অসম

আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত অংশগ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত শিৱ থাপা

আজি পুৱাই বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম সন্তান শিৱ থাপাসহ উপস্থিত হয়হি ভাৰতীয়া বক্সাৰ দলৰ খেলুৱৈসকল। শিৱ থাপাসহ ভাৰতীয় বক্সাৰ…

এন ই নাও নিউজ · May 19, 2019 2:39 pm
অসম

শিৱসাগৰ-মাজুলীৰ সীমা মূৰীয়া স্থানত হাতীৰ গছকত কৰুণ ভাৱে মৃত্যু এজনৰ

বৃহস্পতিবাৰে অৰ্থাৎ ১৬ মে’ৰ নিশা মাজুলী জিলাৰ অন্তৰ্গত তথা শিৱসাগৰ জিলাৰ সমীপৰ ব্ৰহ্মপুত্ৰ দিচাঙৰ সংগম স্থল দবলি চাপৰি তথা জিলা বস্তিৰ বাসিন্দা…

পাৰ্শ্বজ্যোতি গগৈ · May 17, 2019 10:40 pm
অসম

বিলাসীপাৰাত যৌতুকৰ বাবে গিৰিয়েকে ডিঙি চেপি হত্যা কৰিলে ঘৈণীয়েকক

বিলাসীপাৰাৰ বাঘমাৰীত বুধবাৰে অৰ্থাৎ ৮ মে’ৰ নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। বাঘমাৰীৰ নিৱাসী মইদুল হক ওৰফে মুকুল নামৰ লোকজনে নিজৰ পত্নীক ডিঙি…

এন ই নাও নিউজ · May 9, 2019 2:22 pm
অসম

অসমত ‘আইছিছ’ৰ আত্মঘাতী বোমা বিস্ফোৰণৰ আশংকা; প্ৰতিৰোধ কৰিবলৈ সাজু অসম আৰক্ষী

‘আইছিছ’ৰ যিকোনো কূটাঘাতমূলক কাৰ্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী তৎপৰ হৈ আছে।’ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৮ মে’ত এক সংবাদমেলত এই মন্তব্য কৰে। উল্লেখযোগ্য…

এন ই নাও নিউজ · May 9, 2019 11:03 am
অসম

চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম-সমাজ কল্যাণ বিভাগৰ অভিযান; ১৫ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

ধুবুৰী জিলাৰ এজন চৰকাৰী বিষয়াৰ ঘৰত বুধাৰে অৰ্থাৎ ৮ মে’ত শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এক যৌথ অভিযান চলায়। এই অভিযান কালত…

এন ই নাও নিউজ · May 9, 2019 9:23 am
অসম

মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে বুধবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ…

এন ই নাও নিউজ · May 9, 2019 7:16 am