Author: উত্তম শইকীয়া
কিঞ্চিত হ্ৰাস পাইছে বোকাখাত মহকুমাৰ ক’ভিড সংক্ৰমণ: বৃহস্পতিবাৰে সংক্ৰমণৰ হাৰ ৬.৮৫ শতাংশ
কন্টেইনমেন্ট মহকুমা হিচাবে ঘোষণাৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে বোকাখাত মহকুমাত মুঠ ১১১ জন লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত বোকাখাত…
বোকাখাতৰ ধনশিৰিমুখৰ পানী যুঁৱলিত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
বোকাখাতৰ ধনশিৰিমুখ মথাউৰিৰ কাষৰ পানী যুঁৱলিত আজি পুৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ উদং গাৰে পানী যুঁৱলিত উপঙি থকা মৃতদেহটোৱে পুৱাতে…
বোকাখাতত ক’ভিড প্ৰট’কল ধোঁৱাচাঙত: সমগ্ৰ মহকুমা কন্টেইনমেন্ট জ’ন; আজিৰে পৰা সম্পূৰ্ণ লকডাউন
ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰিত হোৱাৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰশাসন ৷ যি সময়ত ৰাজ্যত ক’ভিড সংক্ৰমণৰ…
বোকাখাতত ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে কৃষিমন্ত্ৰী অতুল বৰাই
বানাক্ৰান্ত কৃষকৰ সহায় হোৱাকৈ সময়ত কঠিয়া যোগান দিবৰ বাবে আজি বোকাখাতৰ পানবাৰী নিগমৰ মাটিত কঠিয়া সিঁচে কৃষি মন্ত্ৰী অতুল বৰাই ৷ নিজেই…
নিশা বোকাখাতত লোমহৰ্ষক পথ দুৰ্ঘটনা: থিতাতে নিহত এজন
শনিবাৰৰ নিশা বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷ এখন বাঁহ কঢ়িওৱা গাড়ীৰ বাঁহে শেলি নিয়ে পিছৰ…
বোকাখাতত চোৰাং কাঠসহ একে নম্বৰৰ দুখন ট্ৰাক জব্দৰ ঘটনা: অভিযুক্ত মৌচুম শইকীয়াক গ্ৰেপ্তাৰ
নিশাই নহয় দিনৰ ভাগতে আৰক্ষী চকুৰ আগেদিয়েই ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হয় বহু নিষিদ্ধ সামগ্ৰী ৷ সংঘৰ্টিত হয় বহু গোপন ব্যৱসায়৷…
বোকাখাত আৰক্ষীৰ অভিযানত একেদিনাই জব্দ তিনিখনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক
দেওবাৰৰ দিনা চোৰাং কয়লাৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত তৃতীয়খন চোৰাং কয়লা অনা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। গোলাঘাট জিলাৰ অতিৰিক্ত…
বোকাখাতত আৰক্ষীৰ অভিযান: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ
গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত এতিয়া আৰক্ষীৰ শেন চকু ৷ এই ৰাষ্ট্ৰীয় পথেৰেই দিনে…
বোকাখাতৰ জাপৰিপথাৰত চাঞ্চল্য: বনকৰ্মীৰ গুলীত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু
বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত…
বোকাখাতত অনিয়ন্ত্ৰিত সংক্ৰমণ! ক’ভিডত আক্ৰান্ত কাজিৰঙাৰ ম’হপৰা গাওঁৰ পিতা-পুত্ৰৰ মৃত্যু
ৰাজ্যত ক’ভিডৰ সক্ৰমণ হ্ৰাস পাইছে যদিও বিগত এটা সপ্তাহত বোকাখাতত ক’ভিডৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ প্ৰতিদিনে সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে…