Author: উত্তম শইকীয়া, বোকাখাত
অৰুণাচলত সীমা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণকলৈ আৰণ্যকৰ বিশেষ কর্মশালা
অৰুণাচল প্ৰদেশত ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকে যোৱা ২৪ আৰু ২৫ আগষ্টত সংগঠনটোৰ আইনী আৰু ওকালতি বিভাগৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ…
বোকাখাতৰ বৰজুৰিত হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ
বোকাখাতৰ বৰজুৰিত বৃহস্পতিবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ বৰজুৰি বস্তিৰ দেবাৰু হাদচা নামৰ লোকজনে মৰিয়াই হত্যা কৰে নিজৰেই পত্নী পুৰ্ণিমা হাদচাক…
শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কাজিৰঙাত টুৰিষ্ট গাইডৰ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসুচী
কাজিৰঙাৰ কহঁৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তাহ জোৰা টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ কাৰ্যসুচী ৷ ৰাষ্ট্ৰীয়…
কমনৱেলথ গেমচত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপুল সম্বৰ্ধনা
সদ্য সমাপ্ত কমনৱেলথ গেমচত ল’ন বল প্ৰতিযোগিতাত সোণ বুটলি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমনি শইকীয়াক শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ…
কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আন এক সাফল্য লাভ কৰিছে ৷ উদ্যান কৰ্তৃপক্ষই যোৱা নিশা চলোৱা এক বিশেষ অভিযানত তিনি গঁড়ৰ খৰ্গৰ চোৰাং…
বোকাখাতত হেৰ’ইন সহ এজন যুৱকক আটক; উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰ’ইন
আজি পুৱাতেই বোকাখাত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত গোলাঘাটৰ পৰা গুৱাহাটীলৈ যোৱা নামবৰ নামৰ বাছখনৰ পৰা ড্ৰাগচ সহ এজন যুৱকক আটক কৰে…
বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন
সমগ্ৰ দেশৰ লগতে বোকাখাততো উদযাপিত হয় দেশ ৭৬ সংখ্যক স্বাধীনতা দিৱস৷ এই উপলক্ষে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত মহকুমা প্ৰশাসনৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে আয়োজিত…
ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া
President’s Medal for Gallantry service ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী আৰক্ষী বিষয়াই। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষিত…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন; অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত হাতী মাউট আৰু ঘাঁচিক সম্বৰ্ধনা
বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন…
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন
Vigilance & Anti Corruption officials arrested দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ অভিযানত বোকাখাতৰ মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয়ৰ পৰা আজি উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে…