Author: উত্তম শইকীয়া
আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে
আজিৰ পৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনী। অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য…
বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক
বনাঞ্চলত মানুহৰ অনাধিকাৰ প্ৰৱেশ আৰু বনাঞ্চলত মানুহে চলোৱা ধ্বংস যজ্ঞৰ ফলত ৰাজ্যত হাতী মানুহৰ সংঘাত ক্ৰমে বৃদ্ধি পাইছে৷ কাৰ্বি আংলং জিলাৰ বনাঞ্চলত…
বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা
আশীৰ উৰ্দ্ধৰ এগৰাকী শিল্পী৷ নাম ভলৌ হাজৰিকা৷ বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিয়াহোলা যোগনীয়া গাঁৱৰ নিৱাসী ভলৌ হাজৰিকা৷ এগৰাকী বায়ন হিচাপে…
কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান
কাজিৰঙা নাথাকিলে অসম নাথাকে৷ যাৰ বাবেই অসমত কাজিৰঙাৰ গুৰুত্ব আছে আৰু থাকিবই৷ অন্যপ্ৰাণীৰ দৰে মানুহো পৃথিবীৰ বাসিন্দা৷যাৰ বাবে আমি বন্যপ্ৰাণী সন্মান কৰা…
বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান
আজি সমগ্ৰ দেশৰ লগতে বোকাখতো ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আজি প্ৰথম ক’ৰ’ণা…
বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিড’ৰ পাণবাৰী৷ এই এনিমেল কৰিড’ৰে পাণবাৰী সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজিত কৰিছে৷ এই কৰিডৰৰ…
২১ জানুৱাৰিৰ পৰা বোকাখাতত তিনিদিনীয়া কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
অহা ২১, ২২ আৰু ২৩ জানুৱাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে বােকাখাতত অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় মেলা। ৫৯৬ সংখ্যাক তিনিদিনীয়া এই ৰাষ্ট্ৰীয়…
ভোগালীৰ উৰুকাত কাজিৰঙাৰ বনকৰ্মীক জলপান আৰু কেলেণ্ডাৰ বিতৰণ কৃষিমন্ত্ৰী অতুল বৰাৰ
ৰাজ্যত ভোগালী উৰুকাৰ ব্যস্ততাৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দুৰ্গম বনাঞ্চলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যস্ত হৈ আছে বনকৰ্মীসকল৷ পৰিয়ালৰ পৰা দুৰ-দুৰ্গম অঞ্চলত…
বোকাখাতত বাইকত খুন্দিয়াই পলায়ন বাহনৰ : মৃত্যু এজন আৰোহীৰ, আন এজন আহত
সোমবাৰৰ সন্ধ্যা বোকাখাতৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত এক পথ দুৰ্ঘটনাত যোৰহাট ম’হবন্ধা চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে এজন…
২০২১ ৰ বিধানসভা নিৰ্বাচনত অগপৰে বাহাল থাকিব বিজেপিৰ মিত্ৰতা, কোনে, ক’ত কৰিলে এই ঘোষণা?
বিজেপি দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা সেউজ সংকেত পোৱাৰ পিচত আমি অগপৰে মিত্ৰতা ৰক্ষা কৰি আগন্তুক…