Author: উত্তম শইকীয়া, বোকাখাত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য
বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত ঘৰিয়ালৰ সন্ধান পোৱা গৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখিবলৈ পোৱা গৈছে…
শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰি অনা আহত নাহৰফুটুকীৰ পোৱালীৰ মৃত্যু
মৰিয়নীৰ শিলিখা চাহ বাগিচাৰ পৰা যোৱা ২৪ ফেব্ৰুৱাৰীৰ দিনা উদ্ধাৰ কৰি অনা মাইকী নাহৰফুটুকী পোৱালীটোৰ সোমবাৰে মৃত্যু ঘটে ৷ বোকাখাতৰ বৰজুৰিত থকা…
মিহিমুখত হাতীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰপতিৰ; অসমৰ ভীম কল লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দে
অসমৰ ভীম কল লাগে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৷ আজি পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত হাতীৰে উদ্যান দৰ্শন কৰি বিভাগীয় হাতীক ভীম…
বোকাখাতত চাঞ্চল্যকৰ ঘটনা: বোৱাৰীয়েকৰ দা’ৰ ঘাপত গুৰুতৰভাৱে আহত বৰজনাক
বোকাখাতৰ গড়মুৰ গাওঁত শনিবাৰে এক চাঞ্চল্যকৰ ঘটনা ঘটে ৷ গাওঁখনত নিজৰ বোৱাৰীয়েকৰ দা’ৰ ঘাপত গুৰুতৰভাৱে আহত হয় বিজয়সিং ৰবিদাস নামৰ এজন লোক৷…
ব্ৰহ্মপুত্ৰ নদীত জাপ দি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ
যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ থকা পলাতক চোৰাংচিকাৰী উত্তম খাকলাৰীৰ মৃতদেহ ১০ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হয় ৷…
কাজিৰঙাৰ এনিমেল কৰিডৰত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীয়ে এক বিশেষ…
বোকাখাতত শ্বহীদ কমলা মিৰি, বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূর্তি উন্মোচন
দেওবাৰে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ প্ৰাংগনত নিৰ্মাণ কৰা স্মৃতি উদ্যানত প্ৰতিষ্ঠা কৰা শ্বহীদ কমলা মিৰি,শ্বহীদ বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত বিৰল প্ৰজাতিৰ দল হৰিণৰ বিভাগীয় গণনা
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব বিৰল প্ৰজাতি দল হৰিণৰ গণনা ৷ দল হৰিণ ভাৰতত পোৱা…
বোকাখাত মহকুমাৰ বৰভেটাত খাদ্যত বিষক্ৰিয়াৰ ফলত দুটা হাতীৰ কৰুণ মৃত্যু
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা হাতীৰ শোকাবহ মৃত্যু বাতৰি আহি থকাৰ মাজতে বোকাখাত মহকুমাৰ কাৰ্বি আংলং জিলা সীমান্তৰ বৰভেটাতো দেওবাৰৰ পুৱা দুটা হাতীৰ…
কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক; উৎফুল্লিত কাজিৰঙা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দেৱেশ্বৰী বন শিৱিৰত কৰ্মৰত গৃহৰক্ষী জোৱান…