Author: উত্তম শইকীয়া
কাজিৰঙাত গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ দুদিনীয়া কাৰ্যৰ সামৰণি : ৪৮০ টা খৰ্গৰ পৰীক্ষা সম্পন্ন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জত থকা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৬ চেপ্তেম্বৰৰ পৰা চলি থকা গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ…
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বৰকাছৰ অস্ত্ৰোপচাৰ সম্পন্ন
তেজপুৰৰ পৰা উদ্ধাৰ কৰি অনা এটা বৰকাছৰ আজি অস্ত্ৰোপচাৰ কৰা হয় কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ৷ তেজপুৰত…
কাজিৰঙাত আৰম্ভ গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণৰ কাম ,এদিনত ৩০০ টা খৰ্গৰ পৰীক্ষা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে বিভাগীয় কোষাগাৰত জমা থকা গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান ৷ আজি পুৱাৰে…
বোকখাতত ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফ: বাল্য বিবাহ প্ৰতিৰোধৰ বাবে পদক্ষেপ
পোষণ মাহ উপলক্ষে বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত দেওবাৰে বোকাখাতৰ নাট্যমন্দিৰত পোষণ মেলা অনুষ্ঠিত হয়। এই…
কাজিৰঙাত বেটেলিয়ানৰ বাছৰ পৰা উদ্ধাৰ আহত পহু; বন বিভাগে আটক কৰিলে চালকক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত পহু আহত কৰি বিভাগীয় বাছত লৈ পলায়ন কৰা বাছ চালকক আটক কৰিছে বনবিভাগে ৷ নৱম…
কাজিৰঙাৰ এনিমেল কৰিডৰত আহত গঁড়ৰ সন্ত্ৰাস : বিভাগীয় গাড়ীত আক্ৰমণ
কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিডৰত বৃহস্পতিবাৰে গাড়ীৰ খুন্দাত আহত হোৱা গঁড়টোৱে আজি পুৱাৰে পৰা এনিমেল কৰিডৰটোৰ ৰাষ্ট্ৰীয় পথাংশত সন্ত্ৰাসৰ সৃষ্টি কৰে…
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত গাড়ীৰ খুন্দাত আহত গঁড়
কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল ক’ৰিডৰত বৃহস্পতিবাৰৰ দিনা এখন চলন্ত গাড়ীৰ সৈতে হোৱা সংঘৰ্ষত এটা গঁড় আহত হয় ৷…
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ প্ৰৱন্ধ সংকলন উন্মোচন
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত বৃহস্পতিবাৰে স্থানীয় নাট্য মন্দিৰত সাংবাদিক পলিমা বি চেতিয়াৰ “কথা বীক্ষা” নামৰ প্ৰৱন্ধ সংকলন খনি উন্মোচন কৰা হয়।…
গঁড় খৰ্গৰ গোপন সৰবৰাহত জড়িত থকাৰ অপৰাধত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক বুধবাৰৰ দিনা গ্ৰেপ্তাৰ কৰিছে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰমেশ…
বোকাখাত পৌৰসভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহৰ শুভ উদ্বোধন
২০২২ চনৰ ভিতৰত দৰিদ্ৰ সীমা ৰেখাক তলৰ সকলো লোকৰে বাসগৃহ সমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ লগতে বোকাখাত পৌৰসভা এলেকাতো প্ৰধানমন্ত্ৰী…