NORTHEAST NOW (Assamese)
Popular Stories

ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি মৃত্যু ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2025 12:55 pm
ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি মৃত্যু ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ

গুৱাহাটীৰ উজানবজাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

ৰহস্যজনকভাৱে মৃত্যু প্ৰাক্তন গৃহমন্ত্ৰী আৰু জালুকবাৰী সমষ্টিৰ ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ২ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু।

যুৱতীগৰাকীৰ ঘটনাক লৈ তীব্র চাঞ্চল্য অঞ্চলটোত কিছুদিন পূর্বে উপাসাই জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ দাবী কৰিছিল।

ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষী।

উল্লেখ্য যে, মাতৃৰ সৈতে উজানবজাৰৰ ঘৰত আছিল উপাসা।