NORTHEAST NOW (Assamese)

Video|| অমিত শ্বাহৰ সম্পূৰ্ণ ভাষণ, লোক সভাত নাগৰিকত্ব বিধেয়কক লৈ হুলস্থূল

December 9, 2019 4:50 pm · এন ই নাও নিউজ
Updated: December 9, 2019 4:57 pm
লোক সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

অসম, উত্তৰ-পূবত নাগৰিকত্ব বিধেয়কবিৰোধী প্ৰতিবাদৰ মাজতে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে লোক সভাত সোমবাৰে কেব উত্থাপন কৰে।

বিয়লি ৪.৪৫ বজাৰ পৰা বিধেয়কখনক লৈ লোক সভাত আলোচনা আৰম্ভ হৈছে।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিয়ে ইয়াৰ সকলো সাংসদৰ বাবে হুইপ জাৰি কৰে।

সমাজবাদী পাৰ্টি, আৰ জে দি, চি পি আই (এম), বি এচ পি আদি দলেও বিধেয়কখনৰ বিৰোধিতা কৰিছে।

বিজেপিৰ সদ্য বিচ্ছেদিত মিত্ৰ শিৱসেনাই বিধেয়কখনৰ সম্পূৰ্ণ সমৰ্থন বা বিৰোধিতা কৰা নাই। এ আই ডি এম কেই সমৰ্থন কৰিছে।

বিধেয়কখন উত্থাপনৰ অনুমতি বিচাৰি শ্বাহে দিয়া ভাষণটো শুনিবলৈ তলৰ ভিডিঅ’টো চাওক।

 

Related News