গুৱাহাটীত নতুনকৈ মুকলি কৰা উদ্যানৰ জনসমাগমে সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ

উজানবজাৰত নতুনকৈ মুকলি কৰা সতী ৰাধিকা শান্তি উদ্যানত দেওবাৰে সন্ধিয়াৰ ভিৰে গুৱাহাটীৰ বৃহৎ অংশত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰে। ব্ৰহ্মপুত্ৰৰ পাৰত...

Read moreDetails

কৰবেট টাইগাৰ ৰিজাৰ্ভ পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ…

উচ্চতম ন্যায়ালয়ে ১৭ নৱেম্বৰ, সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দানত উত্তৰাখণ্ড চৰকাৰক কৰবেট টাইগাৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে হোৱা পৰিৱেশগত ক্ষতি ৰোধ কৰিবলৈ...

Read moreDetails

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ স্বৰ্ণ পদক জয়

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে অসমৰ মহিলা খেলুৱৈসকলে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত অসমীয়া খেলুৱৈসকলে...

Read moreDetails

ছৌদি আৰৱত তেল টেংকাৰৰ সৈতে বাছৰ ভয়ংকৰ সংঘৰ্ষ! ৪২ জন ভাৰতীয় উমৰাহ যাত্ৰীৰ মৃত্যু

সোমবাৰে পুৱাই ছৌদি আৰৱৰ মক্কাৰ পৰা মদিনা অভিমুখী পথত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয় উমৰাহ যাত্ৰী...

Read moreDetails

সোঁপন্থী-বাওঁপন্থীৰ তীব্ৰ যুঁজৰ মাজেৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে চিলিৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

প্ৰথম ৰাউণ্ডত কোনো প্ৰাৰ্থীয়ে ৫০ শতাংশতকৈ অধিক ভোট লাভ নকৰাত চিলিৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে দ্বিতীয় ৰাউণ্ড (ৰাণ অফ)ত প্ৰৱেশ কৰিছে। অহা...

Read moreDetails

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনলৈ বোমাৰ ভাবুকি; কেইবাগৰাকী চলচ্চিত্ৰ তাৰকাকো সকীয়নি

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। দেওবাৰে নিশা দক্ষিণ ভাৰতৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে...

Read moreDetails

নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিজেপি নেতাক

ৰাজ্যখনৰ বহু চৰ্চিত পালাথাই গোচৰত এগৰাকী ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত শনিবাৰে কেৰালাৰ থালাছেৰীৰ ফাষ্ট ট্ৰেক POCSO আদালতে...

Read moreDetails

দিল্লী বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ i20 ৰ মালিক; উমৰৰ সৈতে কৰিছিল বিস্ফোৰণৰ পৰিকল্পনা

যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ গাড়ী বিস্ফোৰণে দেশৰ নিৰাপত্তা মহলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ...

Read moreDetails

‘নূন্যতম দেশপ্ৰেমতো দেখুৱাওক’, ঘৰুৱা প্ৰতিৰক্ষা কোম্পানীসমূহৰ ভূমিকাত অসন্তুষ্ট চিডিএছ অনিল চৌহান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ‘ভ’কেল ফৰ লোকেল’ শ্লোগান দিছে। কিন্তু...

Read moreDetails

কোনো অসুখ নাই কিন্তু শিশুটি অলস হৈ পৰিছে! জানি লওক ইয়াৰ আঁৰৰ কাৰণটো কি হ’ব পাৰে?

অসুস্থতাৰ কোনো স্পষ্ট লক্ষণ নাথাকিলেও শিশুৰ অলসতা এটা গুৰুতৰ লক্ষণ হ’ব পাৰে আৰু ইয়াক আওকাণ কৰা উচিত নহয়। সংক্ৰমণ, পানীলগা...

Read moreDetails
Page 238 of 5951 1 237 238 239 5,951

Stay Connected

Recent News