জুবিনৰ মৃত্যুৰ এক নিৰপেক্ষ তদন্ত হওক; দাবী অসম নাগৰিক সন্মিলনৰ

ছিংগাপুৰত অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ৰহস্যজনক মৃত্যুক লৈ জনসাধাৰণৰ ক্ষোভ অটুট আছে। ইতিমধ্যে চৰকাৰে তদন্ত ঘোষণা কৰিছে। এই পৰিপ্ৰেক্ষিতত...

Read moreDetails

‘গানৰ পথাৰত শস্য সিঁচি’ ‘এই মায়াৰ ধৰা’ৰ পৰা ‘মুক্তি’ ল’লে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত… চিৰদিনৰ বাবে নোহোৱা হৈ...

Read moreDetails

মৰণোত্তৰভাৱে বলীউডত অভিষেক হ’ব জুবিন গাৰ্গৰ: মুক্তি পাব ‘চক্ৰ’ , কি চৰিত্ৰত দেখা যাব তেওঁক?

অসমৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা তথা পৰিচালক জুবিন গাৰ্গৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্য তথা দেশক । আজি...

Read moreDetails

অজস্ৰ অনুৰাগীৰ পুষ্পবৃষ্টি, শেষকৃত্যৰ বাবে হাতীমূৰাত উপস্থিত জুবিনৰ নশ্বৰ দেহ

অজস্ৰ অনুৰাগীৰ পুষ্পবৃষ্টিৰ মাজেৰে সৰুসজাইৰ পৰা গৈ সোণাপুৰৰ হাতীমূৰাত উপস্থিত হ’লগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ। ইয়াতেই অনুষ্ঠিত হ’ব শেষকৃত্যৰ অনুষ্ঠান। ...

Read moreDetails

দেৱাংগনা কলিতাৰ কেচ ডায়েৰী পুনৰ প্ৰস্তুতকৰণৰ আবেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

সোমবাৰে ২০২০ চনৰ দিল্লী দাঙ্গা গোচৰত দেৱাংগনা কলিতাই দাখিল কৰা কেচ ডায়েৰী পুনৰ প্ৰস্তুতকৰণৰ আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।...

Read moreDetails

AI বিকৃতকৰণ ৰোধ কৰিবলৈ ডিজিটেলভাৱে সংৰক্ষণ কৰা হ’ব জুবিন গাৰ্গৰ কণ্ঠ

অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ মৃত্যুত শোকত ডুবিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে ভৱিষ্যতে অকৰ্তৃত্বশীল ব্যৱহাৰ বা বিকৃতকৰণ ৰোধ কৰিবলৈ...

Read moreDetails

“ছিংগাপুৰত চৰিত্ৰ, গুৱাহাটীত পৰিচালক…” গৰিমা গাৰ্গক বদনাম কৰাৰ আঁৰত কোন?

অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত উদ্ভৱ হোৱা বিতৰ্কই নতুন পাক লৈছে। শিল্পী গৰাকীৰ  পত্নী গৰিমা শইকীয়া গাৰ্গক...

Read moreDetails

জিএমচিএইচত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ; সৰুসজাই ষ্টেডিয়ামলৈ নিয়া হ’ব মৃতদেহ

অসমৰ সংগীত জগতৰ নক্ষত্ৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতলত সম্পন্ন কৰা হয়। জুবিন গাৰ্গৰ মৃতদেহ...

Read moreDetails

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মুখা খুলিলে জুবিনৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসে, কি ক’লে?

অসমৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্য ক্ৰমে গভীৰ হৈ পৰাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ খুলিছে...

Read moreDetails

 পুনৰবাৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আধ্যত্মিক অন্তিম যাত্ৰাৰ প্ৰাকমুহূৰ্তত দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ...

Read moreDetails
Page 299 of 5952 1 298 299 300 5,952

Stay Connected

Recent News