বিজেপিয়ে বিদেশীক ৱৰ্ক পাৰ্মিট প্ৰদান কৰিবলৈ ওলোৱা সত্ত্বেও প্ৰতিবাদ হোৱা নাই কিয়? : তৰুণ গগৈ

“বিদেশীক ৱৰ্ক পাৰ্মিট দিয়াৰ বিৰুদ্ধে অসমত যিধৰণে প্ৰতিবাদ হ’ব লাগিছিল, সেইটো হোৱা নাই। চাৰিওফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি ধৰণে...

Read moreDetails

এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰিত ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত ৰাইজৰ ৰেলপথ অৱৰোধ

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দৰংগিৰি কল বজাৰৰ সমীপত এটা ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত আজি দৰংগিৰিৰ ৰাইজে ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰে।...

Read moreDetails

স্বাস্থ্যখণ্ড আৰু পথ-যোগাযোগ ব্যৱস্থা পৰ্যালোচনাৰ বাবে মাজুলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মাজুলী জিলাৰ স্বাস্থ্য সেৱাখণ্ড আৰু পথ-যোগাযোগ ব্যৱস্থা পৰ্যালোচনাৰ বাবে আজি অসম চৰকাৰৰ অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু গড়কাপ্তানী বিভাগৰ...

Read moreDetails

চৰকাৰৰ দাবীৰ বিপৰীত ছবি : হাউলীৰ গড়কাপ্তানী পথত পুখুৰী সদৃশ গাঁত

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত দুৰাৱস্থাৰ পৰিৱৰ্তন হোৱা নাই বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত হাউলী-জয়পুৰ-বেঁকী গড়কাপ্তানী পথটোৰ।...

Read moreDetails

বানপানীৰ বাবে সাজু কাজিৰঙা : ৰাষ্ট্ৰীয় পথত বেৰিকেড আৰু ইলেক্ট্ৰনিক টাইম কাৰ্ডৰ ব্যৱস্থা

সমাগত বানপানীৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আজি বোকাখাতত থকা কাজিৰঙা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই...

Read moreDetails

মেট্ৰিক-হাই মাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা ছেবাৰ

অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈকৈ অসমত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। ছেবাৰ অধ্যক্ষ ৰমেশ...

Read moreDetails

সেউজ আৰু পলিথিনমুক্ত হোৱাৰ পথত সৰ্থেবাৰীৰ নসত্ৰ গাঁও

কৃষ্ণগুৰুৰ আশ্ৰমৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত হৈ পৰা  বৰপেটাৰ নক্ষত্ৰ গাঁও অচিৰেই সেউজ আৰু পলিথিনমুক্ত গাঁও  হিচাপে পৰিগণিত হ’বলৈ গৈ...

Read moreDetails

বানৰ পাৰ্শ্বক্ৰিয়া: ঘিলামৰাত পানীৰ তলত বিঘাই বিঘাই গেলিছে বড়ো-আহু ধানৰ খেতি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ অব্যাহত আছে সমগ্ৰ ৰাজ্যতে। সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি অহা জীয়াধল, কুমটীয়া আৰু কঢ়া নদীৰ পানীয়ে ঢকুৱাখনাৰ...

Read moreDetails

কলিয়াবৰৰ কুঠৰীৰৰ ন জান বস্তিত ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক গ্ৰেপ্তাৰ

কলিয়াবৰৰ কুঠৰীৰ ন-জান-ন বস্তিত এগৰাকী বৃদ্ধই ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত...

Read moreDetails

আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছত ৩৮ কেজি গাঞ্জা জব্দ

আজি পুৱা প্ৰায় ৭-০০ বজাত ২০৫০১ নং নামনিমুৱা আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছৰ (20510 AGTL-ANVT RAJDHANI)  পৰা বৃহৎ পৰিমাণৰ চোৰাং গাঞ্জা...

Read moreDetails
Page 5288 of 5953 1 5,287 5,288 5,289 5,953

Stay Connected

Recent News