উবেৰ কৰ্তৃপক্ষৰ মইমতালিত উত্তপ্ত পৰিস্থিতি : গাড়ীৰ সংখ্যা কমাবলৈ হঠাতে বন্ধ কৰি দিছে কিছুমান চালকৰ একাউণ্ট

২৮ মে’ত এগৰাকী উবেৰ চালকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক কেন্দ্ৰ কৰি কেব অ’পাৰেটৰ সংস্থাটোৰ কাৰ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।...

Read moreDetails

মাজুলীত জলসম্পদ বিভাগৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ত বান সজাগতা সভা

মাজুলীত জলসম্পদ বিভাগৰ আগতীয়া বান প্ৰস্তুতি সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। উপায়ুক্ত...

Read moreDetails

বহাগ বিহুও গ’ল, মাহো গ’ল; ৰাজ্যত উৎপাদনেই নহ’ল : কৰ্মচাৰীক চৰকাৰে পিন্ধাব বহিঃৰাজ্যৰ খাদিবস্ত্ৰ

  “অসম চৰকাৰে এটা সিদ্ধান্ত লৈছো, অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক আমি খাদি কাপোৰ উপহাৰ দিম। পুৰষৰ কাৰণে দুটাকৈ ছাৰ্ট আৰু...

Read moreDetails

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদকেৰে উজলিল কলিয়াবৰৰ ৰূপজ্যোতি শইকীয়া

স্প'ৰ্টছ কাৰাটে এছ'চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত কলকাতাৰ দীঘাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰা কলিয়াবৰৰ ৰূপজ্যোতি...

Read moreDetails

‘প্ৰাগ চিনে এৱাৰ্ড-২০১৮’ৰ সফল সামৰণি : ভিলেজ ৰকষ্টাৰ্ছলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ মহোৎসৱৰ কালি সফল সামৰণি পৰে। এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’এ...

Read moreDetails

গড়ভঙা বনাঞ্চলত অসুস্থ হৈ থকা ‘ৰামু’ৰ বুজ ল’লে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

গুৱাহাটী মহানগৰীৰ দাঁতিতে লাগি থকা লখৰাৰ কটকীপাৰাৰ পৰা অলপ দূৰত থকা গড়ভঙা বনাঞ্চলত আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণাত ছটফটাই থকা ৰামুৰ অৱস্থাৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বাতিলৰ দাবীত গৌৰীসাগৰত অগপৰ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ বাতিল কৰাৰ দাবীত সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি অগপৰ গৌৰীসাগৰ ব্লক সমিতিৰ উদ্যোগত তথা...

Read moreDetails

অসম আন্দোলনৰ নিষ্ঠাৱান কৰ্মী ইন্দ্ৰকান্ত শৰ্মা গুৰুতৰভাৱে অসুস্থ

ঐতিহাসিক অসম আন্দোলনৰ নিৰ্যাতিত, কাৰাবন্দী, নিষ্ঠাৱান তথা সক্ৰিয় কৰ্মী নগাঁও জিলাৰ ৰাইদঙীয়াৰ ইন্দ্ৰকান্ত শৰ্মা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ...

Read moreDetails

তেজপুৰৰ ঠেলামৰাত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ ‘সুগন্ধি অভিযান’

ভাৰত চৰকাৰৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে (Council of Scientific and Industrial Research) সুগন্ধি অভিযান (Aroma Mission) নামৰ এটা...

Read moreDetails

আই পি এলৰ ফাইনেল মেচত অসমত বাজি লগালে বহু জুৱাৰীয়ে : শিলচৰত ছজনক আটক

বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ পৰিমাণৰ ধন বিনিয়োগ হোৱা ক্ৰিকেট প্ৰতিযোগিতা আই পি এলৰ একাদশ সংস্কৰণৰ আজি যোৱা নিশা হৈ যোৱা...

Read moreDetails
Page 5417 of 5947 1 5,416 5,417 5,418 5,947

Stay Connected

Recent News