ধাৰাবাহিক বৰষুণৰ ফলত হাফলং-শিলচৰত ভূমিস্খলন : কাণসাৰ নাই কৰ্তৃপক্ষৰ

আজি কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ কাৰণে হাফলং-শিলচৰ ঘাইপথত ভূমিস্খলন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ...

Read moreDetails

অৰুণাচলৰ ১৬৮ টা বান্ধে ধ্বংসস্তুপত পৰিণত কৰিব অসমক : শীঘ্ৰে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ

৬০০ মেগাৱাটৰ বৃহৎ নদী বান্ধ প্ৰকল্প পৰীক্ষণ কালতে বৃহৎ ফাট মেলাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই...

Read moreDetails

হোজাইত দলিল বিচাৰি হাবাথুৰি স্থানীয় ৰাইজৰ : একাংশ দালালে অত্যধিক মূল্যত বিক্ৰী কৰিছে দলিল

শেহতীয়াকৈ হোজাই জিলাত আইনী কাম-কাজৰ বাবে অত্যাৱশ্যকীয় দলিল বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সর্বসাধাৰণ নাগৰিক৷ শংকৰদেৱ নগৰ ন্যায়িক আদালতৰ অনুজ্ঞা-পত্র থকা...

Read moreDetails

দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ হৈছে বৈশাগু-বৰদৈ চিখলা উৎসৱ

কোকৰাঝাৰ চহৰৰ বডোফা নগৰত থকা বিটিচি সচিবালয় চৌহদত শনিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৈশাগু বৰদৈ চিখলা উৎসৱ।  বিটিচি...

Read moreDetails

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান

শনিবাৰে ৰহাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত আলফা (স্বাঃ)ৰ সৈতে হোৱা তুমুল সংঘৰ্ষত...

Read moreDetails

বাংগালোৰত থকা অসমৰ লোকৰ বাবে সমূহীয়া ভৱন নিৰ্মাণ : সাংসদ ৰিপুন বৰাৰ ২৫ লাখ টকা ঘোষণা

অহা ১২ মে’ত কৰ্ণাটক বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে বাঙ্গালোৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই...

Read moreDetails

চৰকাৰে চাওতালসকলক কৰা বঞ্চনাৰ প্ৰতিবাদত ওদালগুৰিত চাওতাল ছাত্ৰসন্থাৰ গণসমাৱেশ

চাওতাল জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে শনিবাৰে ওদালগুৰি জিলাত চাওতাল ছাত্ৰ সন্থাই বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰে। সুদীৰ্ঘ কাল...

Read moreDetails

মাজুলীবাসীৰ বাবে সু-খবৰ : ‘নেষ্টলেৰ’ জনপ্ৰিয় চকলেট ‘কিটকেট’ত মাজুলীৰ ‘পিকচাৰ প’ষ্টকাৰ্ড’

শেহতীয়াকৈ মাজুলীবাসী তথা ৰাজ্যবাসীলৈ এক সু-খবৰ। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ কোম্পানি ‘নেষ্টলে’ৰ (NESTLE)ৰ এটি জনপ্ৰিয় চকলেট ‘কিটকেট’ত বিশ্বৰ বৃহত্তম নদীদ্বীপ, সত্ৰীয়া...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি : আজি গুৱাহাটী পাবহি যুটীয়া সংসদীয় সমিতি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ শুনানি গ্ৰহণৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হ’ব।...

Read moreDetails

৬ মে’ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ ছবি ‘ইশু’

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰজতকমল প্ৰাপ্ত উৎপল বৰপূজাৰীৰ ছবি 'ইশু' অহা ৬ মে'ৰ দিনৰ ২ বজাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত...

Read moreDetails
Page 5499 of 5943 1 5,498 5,499 5,500 5,943

Stay Connected

Recent News