NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত মহিলাৰ বেগ কাঢ়ি নিলে বাইকত উঠি অহা চোৰে, চিচি টিভিত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2023 7:01 pm
গুৱাহাটীত মহিলাৰ বেগ কাঢ়ি নিলে বাইকত উঠি অহা চোৰে, চিচি টিভিত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য

পুনৰ গুৱাহাটীত বৃদ্ধি পাইছে চিলনী চোৰৰ তাণ্ডৱ। শনিবাৰে গুৱাহাটীৰ বেলতলাৰ পৰা দিনৰ পোহৰতে এগৰাকী মহিলাৰ বেগ কাঢ়ি নিয়ে বাইকত অহা দুই যুৱকে।

জানিব পৰা মতে মহিলাগৰাকীৰ বেগটো নগদ ধনেৰে ভৰি আছিল। লগতে এটা মোবাইল ফোনো আছিল বেগটোৰ ভিতৰত।

চিচি টিভি কেমেৰাত ধৰা পৰিল ঘটনাৰ সমগ্ৰ দৃশ্য।