NORTHEAST NOW (Assamese)
অসম

চেল্ফি তুলিবলৈ গৈ AIIMS ৰ সপ্তম মহলাৰ পৰা পৰি মৃত্যু চিকিৎসকৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী June 8, 2022 5:47 pm

চেল্ফি তুলিবলৈ গৈ AIIMS ৰ সপ্তম মহলাৰ পৰা পৰি মৃত্যু চিকিৎসকৰ

বুধবাৰে চাংসাৰী AIIMS ৰ সপ্তম মহলাৰ চেল্ফি তুলিবলৈ গৈ মৃত্যু হয় চিকিৎসকৰ।

নিহত চিকিৎসকজনৰ নাম ডঃ ফল্গু প্ৰতীম দাস বুলি জানিব পৰা গৈছে।

ঘটনাৰ পাছতেই চিকিৎসকজনক সংকটজনক প্ৰেৰণ কৰা হৈছিল উত্তৰ গুৱাহাটীৰ GNRC হাস্পাতাললৈ।

GNRC ত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক ফল্গু প্ৰতীম দাসে।

চাংসাৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।