NORTHEAST NOW (Assamese)
অসম

NEW MINISTERS মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, দুই মন্ত্ৰীৰ নাম ঘোষণা চৰকাৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 8, 2022 5:39 pm
NEW MINISTERS মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, দুই মন্ত্ৰীৰ নাম ঘোষণা চৰকাৰৰ

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চলি থকাৰ মাজতে আজি অসম চৰকাৰে দুজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে।

ৰাজ্যৰ জনসংযোগ বিভাগে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে কাইলৈ বিয়লি তিনি বজাত মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই৷

মহানগৰীৰ শংকদেৱ কলা ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব বুলি জনসংযোগ বিভাগে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে৷