NORTHEAST NOW (Assamese)
অসম

অসমত ভূমিকম্পৰ জোকাৰণি! ক্ষয়ক্ষতিৰ খবৰ অহা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 7:17 pm
Earthquake hits Assam, epicenter Diphu

এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই বুধবাৰে সন্ধিয়া কাৰ্বি আংলঙৰ লগতে উজনি অসম জোকাৰি গৈছে।

সন্ধিয়া ৬:৪১ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ডিফু।

ৰিখতাৰ স্কে’লত ইয়াৰ প্ৰাবল্য আছিল ৪.৭ (।)

ভূমিকম্পটোৰ ক্ষয়ক্ষতিৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।

ভূমিকম্পটোৰ উৎপত্তিস্থল ডিফুৰ পৰা ৪৪ কি. মি. উত্তৰে। অভিকেন্দ্ৰ ভূপৃষ্ঠৰ ৪৬.২ কি. মি. তলত।

অধিক তথ্যৰ সন্ধান চলাই থকা হৈছে।

আপদে’টৰ বাবে বাতৰিটো পুনৰ দৰ্শন কৰক।