NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী ,কৃষি মন্ত্ৰীৰ পুত্তলিকা দাহ

December 27, 2021 2:57 pm · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনে ছাত্ৰ সন্থাৰ কৰ্মীক বৰ্বৰভৱে কৰা অত্যাচাৰ আৰু নিৰ্মম প্ৰহাৰ কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ যে ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বচানক কেন্দ্ৰৰ কৰি সূত্ৰপাত হোৱা সংঘাতৰ ফলত ছাত্ৰ সন্থাই বিনাচৰ্তে ছাত্ৰ সন্থাৰ সদস্য সকলক মুকলি কৰি দিয়াৰ দাবীত এই কালি ২৪ ঘন্টীয়া বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল{

 আজি পুত্তলিকা দাহেৰে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Related News