NORTHEAST NOW (Assamese)

পাণ্ডুৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ লগতে ৰ্নিবাচন

February 13, 2022 2:39 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: February 13, 2022 2:53 pm

গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ লগতে ৰ্নিবাচন ।

সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক পদক ৰাজীব ধৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

ইয়াকে লৈ ধৰে একেৰাহে তিনিবাৰলৈ সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হয় ।

একেদৰে মাণ্ডলিক সম্পাদকৰ পদত জ্যোতিময় বৰা, (উত্তৰ অসম )পল্লব গোহাঁই (উজনি অসম ) , প্ৰদীপ চন্দ্ৰ ডেকা ( নামনি অসম ), প্ৰত্যুল সিনহা (বৰাক ভেলি )আৰু প্ৰদীপ টৰাঙ ( মধ্য অসম )  বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

সেই দৰে ৮ গৰাকী কাৰ্যনিৰ্বাহক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিবাচিত হয় পৰবৰ্তী কাৰ্যকালৰ বাবে।

আজি দিনৰ দুই বজাৰ পৰা সভাপতি ,উপ সভাপতি , কোষাধ্যক্ষ আৰু যুটীয়া সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে।

Related News