NORTHEAST NOW (Assamese)

পুৰুষৰ বীৰ্য পান কৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ কৰাৰ দাবী এগৰাকী হেল্থ ব্ল’গাৰৰ

April 25, 2020 9:05 pm · এন ই নাও নিউজ

অবিশ্বাস্য হ’লেও সত্য।

বৃট্ৰেইনৰ এগৰাকী হেল্থ ব্ল’গাৰে পুৰুষৰ বীৰ্য পান কৰি ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে যুঁজ দিছে।

ট্ৰাচি কিছ নামৰ ৩২ বছৰীয়া হেল্থ ব্ল’গাৰ গৰাকীয়ে দাবী কৰিছে যে প্ৰতিদিনে তাইৰ প্ৰেমিকৰ বীৰ্য পান কৰি ক’ৰ’না ভাইৰাছ বিৰুদ্ধে যুঁজ দিছে।

বৃট্ৰেইনৰ দ্য চান নামৰ সংবাদ প’ৰ্টেলখনে ট্ৰাচি কিছৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে পুৰুষৰ বীৰ্য গ’লাধ কৰাৰ ফলত ভিটামিন চি, কেলচিয়াম আৰু মেগচিয়ামে তাইক অধিক স্বাস্থ্যৱতী কৰি তুলিছে।

আনহাতে চিকিৎসকে এই দাবী নস্যাৎ কৰিছে। ডাঃ চাৰাহ জাৰ্ভিছ নামৰ চিকিৎসকজনৰ উদ্ধৃতিৰে দ্য চান এ কয় যে এইটো কল্পনাপ্ৰসূত তথা মনেসজা কথা।

‘এনে কথা বিশ্বাস কৰা উচিত নহয় আৰু ইয়াৰ কোনো সত্যতা তথা তথ্য প্ৰমাণ নাই।’ চিকিৎসকজনে কয়।

Related News