NORTHEAST NOW (Assamese)
অসম

BREAKING NEWS শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত অগ্নিকাণ্ড

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 29, 2021 7:51 pm

শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ।

হেমচন্দ্ৰ বৰুৱা পথস্থিত হেমচন্দ্ৰ বৰুৱা উদ্যানৰ‌ সন্মুখৰ লাইফ টাইম ফাৰ্মাত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা ।

অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে।

 অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।