NORTHEAST NOW (Assamese)
অসম

অসমত চিনাক্ত প্ৰথমজন নিশ্চিত COVID-19 আক্ৰান্ত

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 31, 2020 7:00 pm
3590 persons test Covid19 positive in Assam on Wednesday

অসমত প্ৰথমজন COVID-19 আক্ৰান্ত ৰোগী চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ৫২ বছৰীয়া লোকজনৰ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসা চলি আছে।

তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

অধিক তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে।