NORTHEAST NOW (Assamese)
দেশ

ডুবাইৰ বুৰ্জ খালিফাত উজলি উঠিল মহাত্মা গান্ধীৰ ১৫০তম জন্মদিৱস – চাওক ভিডিও

Posted by: পিয়ুষ ৰঞ্জন বৰদলৈ Updated by: পিয়ুষ ৰঞ্জন বৰদলৈ October 3, 2019 12:24 pm

মহাত্মা গান্ধীৰ ১৫০তম জন্মদিৱস উপলক্ষে সমগ্ৰ বিশ্বতে জাতিৰ পিতা বাপুক শ্ৰদ্ধাৰে সোঁৱৰে একাংশ গুনমুগ্ধই। ডুবাইৰ সুউচ্ছ অট্টালিকা বুৰ্জ খালিফাতো ২ অক্টোবৰ তাৰিখে দেখিবলৈ পোৱা যায় বাপুৰ এক বিশেষ অনুস্থান।

কেৱল এয়াই নহয়, ১৫০তম জন্মদিৱস উপলক্ষে সমগ্ৰ বিশ্বতে জাতিৰ পিতা বাপুক শ্ৰদ্ধাৰে সোঁৱৰে হাজাৰ হাজাৰ গুনমুগ্ধই।