২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত আৰক্ষীৰ হাতত প্ৰাণ গ’ল ২৪৫জন লোকৰ
মঙলবাৰে লোকসভাৰ মজিয়াত প্ৰকাশ কৰা এক তথ্যই অসমৰ শান্তি-শৃংখলা পৰিস্থিতিৰ ফোফোলা স্বৰূপ উদঙাই দিছে। গৃহ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হন্সৰাজ...
Read moreDetailsমঙলবাৰে লোকসভাৰ মজিয়াত প্ৰকাশ কৰা এক তথ্যই অসমৰ শান্তি-শৃংখলা পৰিস্থিতিৰ ফোফোলা স্বৰূপ উদঙাই দিছে। গৃহ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হন্সৰাজ...
Read moreDetailsচলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে বুলি উঠা...
Read moreDetailsত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবলৈ কালি গৃহমন্ত্ৰণালয়ে ৰাজ্যপাল তথাগত ৰয় আৰু...
Read moreDetailsপাঞ্জাব নেশ্যনেল বেংকৰ কেলেংকাৰিয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতে অসমতো এই বেংকটোত সংঘটিত এক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। জানিব...
Read moreDetailsঅসমৰ নাট্যপ্ৰেমীৰ বাবে সুখবৰ। বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ 'থিয়েটাৰ অলিম্পিক' ২০১৮ৰ অংশ হ’বলৈ ওলাইছে অসমৰ প্ৰধান চহৰ গুৱাহাটী। ৰাষ্ট্ৰীয় নাট্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd