Latest News

এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰৰ নতুন ভৱন উদ্বোধন

এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰৰ নতুন ভৱন উদ্বোধন

প্ৰলয়ংকৰী ভূমিকম্পই বিধ্বস্ত কৰাৰ প্ৰায় দুবছৰৰ পিছত  মিণপুৰৰ পৌৰ প্ৰশাসন আৰু গৃহ আৰু নগৰ উন্নয়ন বিভাগে পুনৰ নিৰ্মাণ কৰি উলিয়ালে...

প্ৰতিনিধিত্বমূলক চিত্ৰ

স্মাৰ্ট চিটিৰ অধীনত গুৱাহাটীত নিৰ্মাণ কৰা হ’ব পাঁচটা চাইক্লিং কৰিড’ৰ

স্বাস্থ্য ভালে ৰখাৰ বাবে চাইকেল চলোৱাটো এটা ভাল শাৰীৰিক ব্যায়াম। চাইকেল চলোৱাৰ ফলত বৰ্ধিত প্ৰদূষণ ৰোধ হোৱাৰ লগতে অঞ্চলযুৰি সেউজীয়া...

হাফলঙত আৰ এছ এছ কাৰ্য্যালয় আক্ৰমণৰ চিচিটিভি ফট’

হাফলঙৰ আৰ এছ এছ কাৰ্য্যালয়ত সোমবাৰে ৰাতি দুৰ্বৃত্তৰ আক্ৰমণ

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হাফলং কাৰ্যালয়ত সোমবাৰে ৰাতি অচিনাকি দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায়। আক্ৰমণটোত কাৰ্যালয়টোৰ এটা চিচি টিভি বিকল হোৱাৰ লগতে কাৰ্যালয়টোত...

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

লুইতপৰীয়া হিন্দু সন্মিলনৰ সমাপ্তিৰ পিছতে গুৱাহাটীত আৰ এছ এছৰ মাৰাথন বৈঠক

দেওবাৰে অনুষ্ঠিত লুইতপৰীয়া হিন্দু সন্মিলনৰ সমাপ্তিৰ পিছতে গুৱাহাটীত বাহৰ পাতি থকা আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব বিভিন্ন ব্যক্তিৰ সৈতে মাৰাথন...

হুনছেন লিংডোৱে শ্বিলঙত তেওঁৰ ভিনটেজ গাড়ীখন চলোৱাৰ মুহূৰ্তত। ফাইল ফটো

মেঘালয়ৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱপ্ৰেমী হুনছেন লিংডোৰ দেহাৱসান

মেঘালয়ৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱপ্ৰেমী ব্যক্তি আৰু হুনছেন লিংডো আৰ্থ ম’ভিং এণ্ড হউলিং চাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক হুনছেন লিংডোৰ মৃত্যু প্ৰয়াণ ঘটিছে।...

Page 14559 of 14878 1 14,558 14,559 14,560 14,878

Recommended

Most Popular