উত্তৰ-পূব ৰেইলৱেৰ ভালেকেইখন ৰে’ইলৰ গাড়ীৰ সময়সূচী সলনি
উত্তৰ-পূব ৰেইলৱেই আজি এক ঘোষণাৰ জৰিয়তে সংমণ্ডলটোৰ অধীনত চলাচল কৰা কিছু সংখ্যক স্থানীয় ৰেইলগাড়ীৰ সময় সালসলনি কৰে। অসম চৰকাৰৰ পৰা...
উত্তৰ-পূব ৰেইলৱেই আজি এক ঘোষণাৰ জৰিয়তে সংমণ্ডলটোৰ অধীনত চলাচল কৰা কিছু সংখ্যক স্থানীয় ৰেইলগাড়ীৰ সময় সালসলনি কৰে। অসম চৰকাৰৰ পৰা...
আজি এন ই নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে ভোগালী বিহু উপলক্ষে ৰাজ্যখনৰ সমূহ অসমবাসীলৈ আন্তৰিক...
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা শীৰ্ষ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক তেওঁলোকৰ মেধাৰ স্বকৃতি হিচাপে আৰু লগতে তেওঁলোকক উৎসাহিত...
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তথা ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰা এ বি এমছুৰ নেতা লফিকুল আহমেদৰ হত্যাৰ তদন্ত কৰিবলৈ...
ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰি উলিওৱা সাজ-পাৰৰ প্ৰদৰ্শনৰ মাজেৰে কালি মহানগৰীৰ তাজ ভিভন্তাত ইষ্ট ইণ্ডিয়া ফেশ্ব’ন...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd