NORTHEAST NOW (Assamese)

খৰধৰ কৰক! দিনে ১ লাখকৈ টকাৰ অ’ফাৰ টিক টকৰ, অসমৰ বাবেও মুকলি

May 12, 2019 9:54 pm · এন ই নাও নিউজ
Updated: May 12, 2019 9:55 pm
ৰিতাৰ্ন অৱ তিক তক।

নিষিদ্ধতাৰ পৰা মুক্তি পায়ে ব্যৱহাৰকাৰীলৈ দিনে এক লাখ টকালৈকে ঘটাৰ সুযোগ আগবঢ়াইছে অসমতো বহুলভাৱে জনপ্ৰিয় এপ তিক তকে।

অসম তথা উত্তৰ-পূবৰ বাবেও মুকলি থকা এই সুযোগ প্ৰতি দিনাই তিনিগৰাকী ভাগ্যৱানলৈ আগবঢ়োৱা হ’ব।

বাতৰিটোৰ শেষত থকা লিংকটো চ’চিয়েল মিদিয়াত চেয়াৰ কৰি আপুনিও হ’ব পাৰে এগৰাকী ভাগ্যৱান।

অহা ১৬ মে’লৈকে থাকিব লগা অ’ফাৰটো আৰম্ভ হৈছে ১ মে’ৰ পৰা।

পুনৰাগমন যাত্ৰাত মাত্ৰ এসপ্তাহৰ ভিতৰতে এপটোৱে পুনৰ গুগল প্লে’ স্ত’ৰ আৰু এপল এপ স্ত’ৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানৰ তিক তক এপ স্ত’ৰৰ আটাইতকৈ জনপ্ৰিয় বিনামূলীয়া এপ হোৱাৰ লগতে প্লে’ স্ত’ৰৰো সৰ্বাধিক জনপ্ৰিয় চ’চিয়েল এপ।

এপটোৰ ওপৰত যোৱা ৩ এপ্ৰিলত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২৪ এপ্ৰিলত “চৰ্তসাপেক্ষে” উঠাই লৈছিল।

লিংকটোৰ বাবে ইয়াত ক্লিক কৰক

চীনা কাম্পেনি বাইতদান্স মালিকানাধীন বিনামূলীয়া এপটোৰ গোটেই পৃথিৱীত আছে ১ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী, তাৰ প্ৰায় দুশ মিলিয়ন ভাৰতৰ।

Related News