NORTHEAST NOW (Assamese)

অসম চৰকাৰৰ প্ৰধান সচিব আইএএছ ৰাজেশ প্ৰসাদৰ মৃত্যু

July 24, 2022 5:15 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

অসম চৰকাৰৰ প্ৰধান সচিব আইএএছ ৰাজেশ প্ৰসাদৰ মৃত্যু।

মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পতালত বিয়লি ২ বাজি ৩০ মিনিটত মৃত্যুক সাৱটি লয় প্ৰশাসনিক বিষয়াজনে।

কেইবাটাও ৰোগত আক্ৰান্ত হৈ যোৱা ২২ জুলাইৰ পৰা কেইবাটাও ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৰাজেশ প্ৰসাদ।

ৰাজেশ প্ৰসাদ অসম–মেঘালয় কেডাৰৰ ১৯৯৫ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল।

Related News