NORTHEAST NOW (Assamese)
অসম

ডিআইজি দিগন্ত বৰাক গৃহ সচিবৰ দায়িত্ব অৰ্পন অসম চৰকাৰৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 16, 2021 7:36 pm
pol

ডিআইজি দিগন্ত বৰাক গৃহ সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে।

প্মৰথবাৰলৈ এজন IPS বিষয়াক গৃহ বিভাগৰ এনে গুৰু দায়িত্ব দিয়া হৈছে।

২০০৪ বৰ্ষৰ IPS বিষয়া দিগন্ত বৰা।

let

দিগন্ত বৰাৰ ঘৰ গহপুৰৰ কলাবাৰীত ।

দিগন্ত বৰাক এনে গুৰু দায়িত্ব অৰ্পন কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে গহপুৰৰ কলাবাৰীত আনন্দৰ লহৰ বোৱা দেখিবলৈ পোৱা যায়।