NORTHEAST NOW (Assamese)

দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ; কাইলৈ আহিব মুকলি আকাশৰ তললৈ

March 28, 2025 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদাতলৰ।

দ্বিতীয়টো গোচৰত জামিন লাভ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰে।

২০ হাজাৰ টকাৰ বণ্ডত দিলোৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান আদালতৰ।

কাইলৈ মুকলি আকাশৰ তললৈ আহিব সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ।

আজিৰ নিশাটো ন্যায়িক জিম্মাতে থাকিব লাগিব সাংবাদিকগৰাকী।

Related News