NORTHEAST NOW (Assamese)
Popular Stories

মিজোৰামৰ এটি ৭ বছৰীয়া শিশুৱে ক’ৰ’না বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে আৰ্থিক সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 9:11 pm
EUbh9BHUYAEXPLt.jpg22

মিজোৰাম এটি ৭ বছৰীয়া শিশুৱে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে আৰ্থিক সাহায্য।

ক’লাছিব ভেনঙ্গল নামৰ ঠাইৰ ৰ’ম্মেল লালমৌনছাংগা নামৰ ৭ বছৰীয়া শিশুটিয়ে নিজে গোটাই থোৱা কইনচসহ ৩৩৩ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

শিশুটিয়ে নিজ গাঁৱৰ টাস্ক ফ’ৰ্চত এই ধনৰাশি জমা কৰিছে।

মিজোৰামৰ মুখ্যমন্ত্ৰী জুৰাম থাংগাই নিজৰ টুইটাৰ একাউন্টত টুইট কৰি ৭ বছৰীয়া শিশুটিক আৰ্শীবাদ দি ‘তুমি আমাৰ নায়ক’ বুলি ঘোষণা কৰিছে।