NORTHEAST NOW (Assamese)
Popular Stories

বহুতেই নাজানে! আপুনি জানেনে MOBILE ৰ সম্পূৰ্ণ অৰ্থ?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 6:45 pm

আজিকালি মোবাইল মানুহৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। মোবাইল অবিহনে এঘন্টা সময় অতিবাহিত কৰাটোও অতি কষ্টকৰ হৈ পৰিছে।

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে দিনটোৰ বেছিভাগ সময় মোবাইলৰ লগতেই ব্যস্ত থাকে।

কিন্তু আপোনাৰ মনলৈ কেতিয়াবা আহিছেনে যে M.O.B.I.L.E শব্দটোৰ সম্পূৰ্ণ ৰূপ কি? মোবাইল ব্যৱহাৰ কৰাটো সহজ হ’লেও মোবাইলৰ সম্পূৰ্ণ অৰ্থই দাঁত ভাঙিব পাৰে আপোনাৰ।

M.O.B.I.L.E ৰ অৰ্থ হৈছে মডিফাইড অপাৰেচন বাইট ইন্টিগ্ৰেচন লিমিটেড এনাৰ্জী(Modified Operation Byte Integration Limited Energy)।