NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষ্যে বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

February 28, 2023 4:08 pm · এন ই নাও নিউজ

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। আজিৰ দিনটোতে নবেল বঁটা বিজয়ী ভাৰতীয় বিজ্ঞানী চিভি ৰমনে তেখেতৰ বিখ্যাত সূত্ৰ ‘Raman effect ’ আৱিষ্কাৰ কৰিছিল। চিভি ৰমনে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰতিছৰে ২৮ ফেব্ৰুৱাৰী দিনটো ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। সেই উদ্দেশ্যে আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ আগবঢ়োৱা হ’ল –

Welcome to your National Science Day 2023

২০২৩ চনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ‘থিম’ (Theme) টো কি ?

দূৰদৰ্শনৰ উদ্ভাৱক কোন?

এ ব্ৰিফ হিষ্টৰী অৱ টাইমছ (A Brief History of Time) গ্ৰন্থখনৰ লেখক কোন?

এচিড বৰষুণৰ কাৰক দুটা কি কি?

ভিটামিন C ৰ অভাৱত কি ৰোগ হ’ব পাৰে?

মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি?

ৰাস্তা পাৰ হোৱাৰ ভয়ক কি নাম দিয়া হৈছে?

মেলেৰীয়া ৰোগ আৰোগ্য কৰাৰ বাবে কুইনাইন ঔষধ আৰু কুইনাইন বেজী কোনে আৱিস্কাৰ কৰিছিল?

এন্টি ৰেবিজ ভেকচিন কোনে আৱিস্কাৰ কৰিছিল?

ভাইৰাছৰ আৱিস্কাৰক কোন

Related News