NORTHEAST NOW (Assamese)

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

July 2, 2025 5:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 2, 2025 6:28 pm

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে আচাৰ্য পংকজ পাঠকে। গোৱালপাৰাত আঁঠু কাঢ়ি ক্ষমা খুজিবলগীয়া হ’ল পংকজ পাঠকে।

গোৱালপাৰাত পংকজ পাঠকৰ বিৰুদ্ধে চিকিৎসা কৰিবলৈ আহি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

গোৱালপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

তাৰ পাছতে গোৱালপাৰা চহৰৰ বিহু ফিল্ডত পংকজ পাঠকক আবদ্ধ কৰি ৰাখে ৰাইজে।

এগৰাকী মহিলাকো পংকজ পাঠকৰ দলৰ মানুহে আক্ৰমণ কৰাৰ অভিযোগ কৰাৰ উত্থাপন হৈছিল।

Related News