NORTHEAST NOW (Assamese)

বিবাহপাশত আৱদ্ধ ৰণদীপ-লিন: বিবাহ দৃশ্যৰ খলকনি নেট দুনীয়াত, চাওক কিছু দৃশ্য

November 30, 2023 3:48 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 1, 2023 5:39 pm

বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ তাৰকা অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰী কন্যা অভিনেত্ৰী লিন লেইশ্ৰাম। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণতা দি কালি সাংসাৰিক বান্ধোনেৰে বান্ধ খালে দুয়ো।

চাওঁ আহক বিবাহৰ কিছু অপৰূপ দৃশ্য:

 

মণিপুৰৰ মেইটে জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতি তথা ৰীতি-নীতিৰে বিয়াত বহে দুয়ে প্ৰেমাস্পদ
তাৰকা দুগৰাকীৰ বিবাহৰ প্ৰকাশিত দৃশ্যই ইতিমধ্যে খলকনি তুলিছে নেট জগতত
সতীৰ্থ-বন্ধু বৰ্গৰ পৰা আৰম্ভ কৰি অনুৰাগী-নেটিজেনৰ শুভেচ্ছা-আশীষে ধন্য কৰিছে নৱদম্পতীক
তাৰ সমান্তৰালকৈ বুটলিছে প্ৰশংসা
মূলত: পৰম্পৰাৰ শিপা ধৰি ৰখাৰ বাবেই প্ৰশংসিত হৈছে নৱ দম্পতী

Related News