NORTHEAST NOW (Assamese)
অসম

পঢ়ক বড়ো চুক্তিৰ সম্পূৰ্ণ প্ৰতিলিপি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2020 5:56 pm
Bodo-Accord-750x375

আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পাদিত বড়ো চুক্তিত স্বাক্ষৰ কৰিছে সুকীয়া বড়োলেণ্ডৰ দাবীত সশস্ত্ৰ আন্দোলন কৰি থকা এন ডি এফ বিৰ আটাইকেইটা গোট, পূৰ্বে একেই দাবীত সশস্ত্ৰ আন্দোলন কৰা বি এল টিৰ নেতা তথা বৰ্তমান বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু একেই দাবীত দীঘলীয়া গণতান্ত্ৰিক আন্দোলন কৰি অহা এবছুৰ নেতা প্ৰমোদ বড়োৱে।

অসমৰ উৎসুক পাঠকৰ বাবে তলত সম্পূৰ্ণ চুক্তিখনৰ PDF কপিটো তুলি দিয়া হ’ল-

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2020/01/bodo-peace-accord_compressed.pdf” title=”bodo peace accord_compressed”]