NORTHEAST NOW (Assamese)
Popular Stories

আজি ১০ বজাত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি লওঁক কেনেদৰে চাব ফলাফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2023 9:37 am
আজি ১০ বজাত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি লওঁক কেনেদৰে চাব ফলাফল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সোমবাৰে পুৱা ১০ বজাত ঘোষণা কৰা হ’ব। মাধ্যমিক শিক্ষা ব’ৰ্ড অসমৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব ফলাফল।

শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে আজি টুইট যোগে কয়, “ছেবাই আজি ১০:০০ বজাত https://sebaonline.org ৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ ২০২৩ৰ ফলাফল ঘোষণা কৰিব।”

তলত উল্লেখ কৰা ৱেবচাইটসমূহত গৈ চাব পাৰিব ফলাফল –

http://resultsassam.mic.in

http://indiaresults.com

http://results.shiksha

http://assam.shiksha

http://exametc.com

http://schools9.com

http://assamresult.in

http://jagranjosh.com

http://vidyavision.com

আজি ফলাফল ঘোষণা কৰাৰ কিছুদিন পিছত বিদ্যালয়ৰ জৰিয়তে মূল ফলাফলৰ মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।