NORTHEAST NOW (Assamese)

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ, ক’ৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল দুয়োকে?

October 1, 2025 8:10 am · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে CIDএ। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওতেই গ্ৰেপ্তাৰ শ্যামকানুক।

নিশা ১২.৩০বজাত গ্ৰেপ্তাৰ কৰে শ্যামকানু মহন্তক। আনহাতে দিল্লীৰ গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক

আজি নিশা ১.৩০বজাত গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মাক। ইতিমধ্যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হৈছে৷

Related News