অসম অখিল গগৈৰ জামিন মঞ্জুৰ শিৱসাগৰৰ আদালতৰ Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 10, 2020 8:45 pm শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন মঞ্জুৰ কৰিছে। গৌৰীসাগৰ থানাৰ ১৫৪/২০১৯ গোচৰত অখিল গগৈক জামিন মঞ্জুৰ কৰা হৈছে। এজন ব্যক্তি আৰু দহ হাজাৰ টকাৰ আমানতত গগৈক জামিন মঞ্জুৰ কৰা হৈছে। ← Previousত্ৰিপুৰাত দ্বিতীয় গৰাকী ব্যক্তি ক’ৰ’না প’জিটিভ Next →পঞ্জাৱত ১ মে’লৈ বৃদ্ধি ল’কডাউন; ঘোষণা মুখ্য মন্ত্ৰী… You may also like অসম বিৰোধীৰ মহাজোঁটবন্ধন হ’লে লোকসভাত বিজেপিৰ জিকাৰ কোনো আশাই নাই : বদৰুদ্দিন আজমল আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবলৈ সন্মিলিত শক্তিয়ে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিকল্পনা তৈয়াৰ কৰি আছে। বৃহস্পতিবাৰে এই ইংগিত দিছে এ আই ইউ… এন ই নাও নিউজ · September 20, 2018 8:23 pm অসম আমছু-শূন্য হ’ল শিৱসাগৰ জিলা : শিৱসাগৰ জিলাৰ সকলো সমিতি, সদস্যৰ সমূহীয়া পদত্যাগ সংঘাত আৰু বিভাজনৰ মাজেৰে আগবঢ়া ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন(আমছু)ৰ বিপৰ্য্যয় অব্যাহত আছে। আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ… পাৰ্শ্বজ্যোতি গগৈ · August 7, 2018 8:24 pm অসম মুখলজ্জা বচোৱাৰ চেষ্টা কংগ্ৰেছৰ : চোৰাং চিকাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ; উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ গঁড় চিকাৰত অভিযুক্ত এজন লোকক পঞ্চায়তৰ সভাপতিৰ পদৰ বাবে প্ৰাৰ্থিত্ব দি পিছত চাৰিওফালৰ পৰা অহা ধিক্কাৰত তৰণি হেৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছে মুখলজ্জা… এন ই নাও নিউজ · November 17, 2018 6:26 pm অৰুণাচল হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ সম্বৰ্থনা মুখ্য মন্ত্ৰী খান্দুকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিক অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুক হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ দ্বৰা জনসেৱাৰ বাবে বিশিষ্ট এলুম্নি বঁটা প্ৰদান কৰা হয়। আইনৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ… প্ৰণব কুমাৰ দাস · April 23, 2018 9:39 pm