অখিল গগৈৰ জামিন মঞ্জুৰ শিৱসাগৰৰ আদালতৰ
অখিল গগৈ। ফাইল ফটো
শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন মঞ্জুৰ কৰিছে।
গৌৰীসাগৰ থানাৰ ১৫৪/২০১৯ গোচৰত অখিল গগৈক জামিন মঞ্জুৰ কৰা হৈছে।
এজন ব্যক্তি আৰু দহ হাজাৰ টকাৰ আমানতত গগৈক জামিন মঞ্জুৰ কৰা হৈছে।