NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ, চিকিৎসাধীন

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী June 1, 2022 6:17 pm
জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ, চিকিৎসাধীন

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ

বিগত ৫ দিন ধৰি অসুস্থ হৈ আছে কণ্ঠশিল্পী জুবলী বৰুৱা।

পাছ দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পী গৰাকী।

পোষ্ট ক’ভিডত লক্ষণত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে শিল্পী কণ্ঠশিল্পী জুবলী বৰুৱা।

মহানগৰীৰ হেল্থ চিটি হাস্পাতালত ভৰ্তি হৈ আছে কণ্ঠশিল্পীগৰাকী।চিকিৎসকৰ বিশেষ নিৰীক্ষণত আছে কণ্ঠশিল্পীগৰাকী।

চিকিৎসকে জনোৱা অনুসৰি বৰ্তমান সংকটমুক্ত শিল্পীগৰাকী।