NORTHEAST NOW (Assamese)

Mughal Empire : ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ মোগল সাম্ৰাজ্যৰ ইতিহাস সম্পৰ্কীয় কেইটামান বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ?

April 8, 2023 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

Welcome to your Mughal Empire Quiz 2023

১. পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
২. পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

৩. মোগল সাম্ৰাজ্যৰ চৰকাৰী ভাষা কি আছিল?

৪. মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

৫. মোগল সাম্ৰাজ্যত দুবাৰকৈ ৰজা হোৱা চুলতান জনৰ মান কি আছিল?

৬. হুমায়ূনৰ ভগ্নীৰ নাম কি আছিল?

৭. হুমায়ূনৰ জীৱনি ‘হুমায়ূননামা’ কোনে ৰচনা কৰিছিল?

৮. মোগল সাম্ৰাজ্যত ‘দাস প্ৰথা’ কোনে বিলোপ কৰিছিল?

৯. ‘নৱৰত্ন’ কাৰ ৰাজসভাৰ মুখ্য আকৰ্ষণ আছিল?

১০. লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল?

১১. বীৰবলৰ প্ৰকৃত নাম কি আছিল?

১২. মান সিংহ কোন জন সম্ৰাটৰ সেনাধ্যক্ষ আছিল?

১৩. টোডৰমল কোন আছিল ?

১৪. ‘দীন ই ইলাহী’ ধৰ্মৰ একমাত্ৰ শিষ্য কোন আছিল?

১৫. তানসেনৰ প্ৰকৃত নাম কি আছিল?

.

.

Also read : Assamese GK 2023 : ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Also read : Assamese GK 2023 on Assam : অসম সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

Related News