NORTHEAST NOW (Assamese)
Popular Stories

চাই লওঁক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ কেইটামান বিৰল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2023 7:45 am

অসমীয়া সংস্কৃতি, কলা, জাতিয় চেতনা আৰু সামাজিক বিপ্লৱৰ ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে আন এজন অসমীয়া আজিলৈকে জন্ম হোৱা নাই। 

কি কৰা নাছিল বিষ্ণু্ ৰাভাই? নৃত্য, গীত, বাদ্যযন্ত্ৰ, নাটক, চিনেমা, অভিনয়, ছবি, সমালোচনা, সাহিত্য, ক্ৰীড়া, ৰাজনীতি সকলো বিষয়তে ব্যুৎপত্তি আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ।  তেখেতে অভিনয় কৰিছিল কেইবাখনো অসমীয়া কথাছবিত। 

আহকচোন উপভোগ কৰোঁ, ৰাভা দেৱে অভিনয় কৰা কেইখনমান কথাছবিৰ কেইটামান দৃশ্য –