Tag: Assam Election
প্ৰতাপী মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কঠোৰ হ’ল নিৰ্বাচন আয়োগ : ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা
শাসকীয় বিজেপি দলৰ বাবে মোক্ষম আঘাত। ক্ষমতাৰ বলত বলীয়ান হৈ গুৰু গোসাঁই নমনা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হ’ল নিৰ্বাচন…
‘নাঙলক মিউজিয়ামত থ’ম কোৱা হিমন্ত বিশ্ব শৰ্মাক ঢাকাৰ মিউজিয়ামত থ’ম’, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে গেৰুৱা বসন পিন্ধাৰ পিছত নাটকীয় পট পৰিৱৰ্তন ঘটা ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিটো উদ্ধাৰ কৰাৰ…
ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰূমৰ চিচিটিভিত বন্দী হোৱা কোন এই অদৃশ্য মানৱ! : হেক কৰা হৈছে নেকি ইভিএম?
ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত কোনো লোক প্ৰৱেশ কৰাৰ বিস্ফোৰক দাবী উত্থাপন কৰিছে জিলা কংগ্ৰেছ কমিটিয়ে। ইভিএম ৰখা ষ্ট্ৰং…
সুৰক্ষিত নহয় সাংবাদিকো! মন্ত্ৰীয়ে ভাবুকি দিয়া সাংবাদিকক নিৰাপত্তাৰক্ষী প্ৰদান
বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় ৰাজ্যৰ সাংবাদিকসকল! এই কথাই প্ৰতীয়মান কৰি কালি মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে ভাবুকি প্ৰদান কৰা সাংবাদিক জাগীৰোডৰ মায়ঙৰ…
কিয় ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত?
চলিত বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত। প্ৰাক্তন…
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰাৰ কেইঘন্টাৰ পাছতে বিজেপি বিধায়কৰ গাড়ীত ওলাল ইভিএম!
দক্ষিণ অসমৰ পাথাৰকান্দিত এগৰাকী বিজেপি বিধায়কৰ গাড়ীত ইভিএম কঢ়িওৱাৰ অভিযোগ তুলি এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে উত্তেজনাৰ সৃষ্টি হয়। বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ…
কলাইগাঁৱৰ ৰাজাপুখুৰীত ভোটকেন্দ্ৰত আৰক্ষীৰ গুলীচালনাত দুজন গুৰুতৰভাৱে আহত
বৃহস্পতিবাৰে ভোটগ্ৰহণৰ সন্ধিয়া কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী পাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত এদল লোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচলনা কৰাৰ ঘটনা…
বৰাকৰ সোনাইত এআইইউডিএফ-বিজেপিৰ মাজত নিৰ্বাচনী হিংসা; আৰক্ষীৰ শূন্যলৈ গুলী
অসম বিধানসভাৰ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বৰাকৰ সোনাই সমষ্টিৰ ধনেহৰিত নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়। বিজেপি আৰু এআইইউডিএফৰ সমৰ্থকৰ মাজত…
সাংবাদিকক মন্ত্রী পীযুষ হাজৰিকাৰ ভাবুকি, জাফাৰ গৰিহণা
প্ৰতিদিন টাইম নামৰ নিউজ চেনেলটোৰ এগৰাকী সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা বুলি যি এক টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ক্লিপ সম্প্ৰচাৰিত হৈ…
মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে গঠন কৰা হব উন্নয়ন পৰিষদ: ৰবিৰাম নাৰ্জাৰী
এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’লে সকলো জাতিৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা হব বুলি ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী…