NORTHEAST NOW (Assamese)

Tag: Assam Election

অসম

কাৰাৰুদ্ধ অখিল গগৈৰ ৰাইজলৈ পুনৰ মুকলি চিঠি; ‘বিজেপিৰ অপপ্ৰচাৰত ভোল নাযাব, ষ্ট্ৰং ৰূমত চকু ৰাখক’

ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈয়ে অসমৰ ৰাইজৰ উদ্দেশ্যি পুনৰ এখন মুকলি চিঠি লিখিছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ…

প্ৰাঞ্জল দেউৰী · March 28, 2021 8:41 pm
অসম

বোকাখাত বিধানসভা সমষ্টিত ৮০.৯২ শতাংশ ভোটদান; ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন

ৰাজ্যৰ ৪৭ টা বিধানসভা সমষ্টিৰ লগতে শনিবাৰে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপুৰ্ণ ভাৱে সমাপ্ত হয় ৷ সমষ্টিটোত মুঠ…

উত্তম শইকীয়া · March 28, 2021 1:46 pm
অসম

হতাশাৰ প্ৰতিফলন! বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক আক্ৰমণ বিজেপি গুণ্ডাবাহিনীৰ

শিৱসাগৰৰ মেটেকাত বিজেপি গুণ্ডাবাহিনীয়ে সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে আক্ৰমণ কৰা হয় সাংবাদিক আচিফ আলিক। এই ঘটনাৰ…

পার্শ্বজোতি গগৈ · March 28, 2021 1:13 pm
অসম

তামুলপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসৰ প্ৰচাৰ; অবড়ো সুৰক্ষা সমিতিৰ মুকলি সমৰ্থন!

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসেও নিজৰ নিৰ্বাচনী  প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। নিজৰ…

দীপক কুমাৰ পাঠক · March 28, 2021 12:21 pm
অসম

কংগ্ৰেছৰ গেৰাণ্টিবোৰে বিজেপিক ধৰাশায়ী কৰিছে! কিহে আনিছে কংগ্ৰেছৰ বিপুল বিজয়ৰ ইংগিত?

শনিবাৰে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মালিকাৰ্জুন খাৰগে, ৰাজ্যসভাৰ সাংসদ ড° নাছিৰ হুচেইন, ৰাজ্যসভাৰ সাংসদ ড° অখিলেশ প্ৰসাদ সিং, লোকসভাৰ সাংসদ আব্দুল খালেক,…

এন ই নাও নিউজ · March 28, 2021 10:18 am
অসম

গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০ শতাংশ ভোটদান; মহিলা ভোটদাতাৰ সংখ্যা অধিক গোলাঘাটত

ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫নং গোলাঘাট আৰু ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ বাবে শনিবাৰে হোৱা ভোটগ্ৰহণত ২,৭৫,৬৭০ গৰাকী…

মীনাক্ষী ফুকন · March 28, 2021 9:25 am
অসম

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় ৭৭শতাংশ ভোটদান; কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু, আৰু কি ঘটিল?

অসম বিধানসভাৰ শনিবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভোটগ্ৰহণত প্ৰায় ৭৭শতাংশ ভোটাৰে ভোটদান কৰে। মুঠ ৮১.০৯ লাখ ভোটাৰে কোভিড-১৯ৰ বিধি মানি তেওঁলোকৰ…

এন ই নাও নিউজ · March 28, 2021 8:36 am
অসম

কামৰূপ মহানগৰ জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে ‘এবছেন্টি ভোটাৰ’ৰ ঘৰে ঘৰে ভোটগ্ৰহণ প্রক্রিয়া

কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিত শনিবাৰৰ পৰা ‘এবছেন্টি ভোটাৰ’সকলৰ পোষ্টেল বেলটৰ জৰিয়তে ঘৰতেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শনিবাৰে এই প্ৰক্ৰিয়াত নিয়োজিত মুঠ…

এন ই নাও নিউজ · March 28, 2021 7:36 am
অসম

আজি দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিৰ যুৱক-যুৱতীসকলৰ সৈতে চাকৰি সৃষ্টিৰ বিষয়ত কংগ্ৰেছৰ বাৰ্তালাপ

চাকৰি সৃষ্টিৰ বিষয়ত যুৱক-যুৱতীসকলৰ সৈতে ইতিমধ্যে আৰম্ভ কৰা বাৰ্তালাপ, অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণৰ বাবে তালিকাত স্থান পোৱা ৩৯ টা সমষ্টিৰ…

এন ই নাও নিউজ · March 28, 2021 6:49 am
অসম

ডিব্ৰুগড়ৰ চাহ বাগিচাসূমহত বিপুল হাৰত ভোটদান : কাৰ সপক্ষে পৰিছে ভোট?

আজি অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচন ২০২১ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহত বিপুল হাৰত ভোটদান কৰা পৰিলক্ষিত হয়।…

অভীক চক্ৰৱৰ্তী · March 27, 2021 9:17 pm