অসম আৰক্ষী ৰাজ! প্ৰশ্ন নুসুধিব; ট্ৰেফিক নিয়ম সম্পৰ্কত প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক প্ৰহাৰ আৰক্ষীৰ
আৰক্ষীক প্ৰশ্ন নকৰিব। সাংবাদিক হ’লেও প্ৰশ্ন কৰিব নোৱাৰিব আৰক্ষীক। প্ৰশ্ন কৰিয়েই আৰক্ষীৰ শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’ল চিৰাঙৰ এগৰাকী সাংবাদিক। চিৰাঙত মটৰচাইকেল চলোৱাৰ…
এন ই নাও নিউজ, গুৱাহাটী · February 8, 2022 10:41 am