Tag: COVID-19
কন্টেইনমেন্ট জ’নত ৫ দিনে হাহাকাৰ! এগৰাকী মহিলাৰ ফেচবুক পোষ্টৰ পাছত তৎপৰ মহানগৰ জিলা প্ৰশাসন
কালি গুৱাহাটীৰ ৰুক্মিনীগাঁও কন্টেনমেন্ট জ’নৰ মিতালী গগৈ দত্ত নামৰ এগৰাকী মহিলাই ফেচবুকত এটা পোষ্ট কৰিছিল। যাৰ জৰিয়তে তেওঁলোকৰ যোৱা ৫ দিনৰ অৱস্থাসমূহ দাঙি ধৰিছিল। যোৱা ১৬ তাৰিখৰ পৰা ৰূক্মিনীগাঁও কন্টেইনমেন্ট জ’ন হৈ আছে। সেই অঞ্চলৰ ৰাইজে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মানি ভিতৰতে সোমাই আছে। কিন্তু পাঁচ দিন ধৰি সেই মানুহখিনিৰ খবৰলোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। তেওঁলোকে কিবা অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধাত ভুগিছে নেকি, তাত থকা লোকসকলৰ কিবা পৰীক্ষা কৰোৱা হ’ব নেকি ইত্যাদি কোনো খবৰ লোৱা নাছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ঠিক সেইদৰে গুৱাহাটী পৌৰ নিগমেও…
অসমত ২৩০লৈ বৃদ্ধি ক’ভিড-১৯ আক্ৰান্ত, শুকুৰবাৰে এতিয়ালৈকে চিনাক্ত ২০গৰাকী
আৰু আঠগৰাকী লোক শুকুৰবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্তৰ সংখ্যা ২৩০লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্ত আটাইকেইগৰাকী ক’ভিড-১৯ আক্ৰান্তই কুৱাৰেণ্টিন হৈ…
শিৱসাগৰৰ দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ২১৪জনলৈ বৃদ্ধি
আজিৰ দিনটোত চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। এইবাৰ যোৰহাট কোৱাৰেন্টাইন চেণ্টাৰত দুগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি…
অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে অসমত কৰ’না আক্ৰান্তৰ সংখ্যা; পুনৰ দুজনৰ কোভিড-১৯পজিটিভ
আজিৰ দিনটোত দুগৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেণ্টাৰত ধৰা পৰিছে এই দুটা কেচ। আক্ৰান্ত কেইগৰাকীৰ এগৰাকী ঢকুৱাখনা…
পুনৰ ৭ ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২১০গৰাকীলৈ বৃদ্ধি অসমত
আৰু সাতগৰাকী লোক বৃহস্পতিবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্তৰ সংখ্যা ২১০লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্ত ক’ভিড-১৯ আক্ৰান্তকেইজন তেজপুৰ বিশ্ববিদ্যালয়ৰ জ’নেল…
পুনৰ ৪গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২০৩জনলৈ বৃদ্ধি
আজিৰ দিনটোতে ১৫ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত। নতুনকৈ আক্ৰান্ত সকল বহিঃ ৰাজ্যৰ পৰা আহি সৰুসজাই ষ্টেডিয়ামত কুৱাৰেন্টাইন হৈ আছিল। আক্ৰান্ত…
যোৱা ৪ মে’ ৰ পৰা কিয় হঠাৎ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা; জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
যোৱা ৪ মে’ৰ পৰা ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। “যেতিয়াৰে পৰা আন্তঃৰাজ্যিক যাতায়াত…
কৰ’না ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন; চীনৰ নতুন সংক্ৰমণক লৈ চিন্তিত চিকিৎসক
চীনত নতুনকৈ সংক্ৰমণ ঘটা ৰোগীৰ দেহত কৰ’না ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন লক্ষ্য কৰি চিন্তিতি হৈ পৰিছে চিকিৎসকসকল। চীনৰ উত্তৰ-পূব অঞ্চলত দেখা দিয়া লক্ষণহীন…
ৰাজ্যত পুনৰ দুগৰাকী কোভিড১৯ পজিটিভ : ১৯১ গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
ৰাজ্যত ১৯১ গৰাকীলৈ বৃদ্ধি পালে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। নতুনকৈ কোকৰাঝাৰত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। টুইটাৰ যোগে…
ৰাজ্যত আৰু এগৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ; ১৮৯ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
আজি পুৱা ৰাজ্যত পুনৰ এগৰাকী লোকৰ দেহত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। বৰপেটা মেডিকেল কলেজৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ পিছতে লোকজন ক’ভিড-১৯ত…