Tag: COVID-19
কৰ’না আতংক! কোভিড-১৯ত আক্ৰান্ত জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ এজন ছাত্ৰ
অসমত কৰ’না ৰোগীৰ সংখ্যা সীমিত হৈ থকাৰ বাতৰি প্ৰকাশ হৈ থকাৰ মাজতে বৃহস্পতিবাৰে একেদিনাই ৮জন কৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হয়। ইয়াৰ মাজত…
গুৱাহাটীত চাৰি ক’ভিড-১৯ আক্ৰান্তক লৈ ব্যাপক বিভ্ৰান্তি
চাৰিগৰাকী ব্যক্তি বৃহস্পতিবাৰে গুৱাহাটীত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হোৱাৰ পিছতে বিষয়টোক লৈ ব্যাপক বিভ্ৰান্তি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সংবাদ মাধ্যমত এই লৈ বিভিন্ন…
ত্ৰিপুৰাত বি এছ এফ বেটেলিয়নত পুনৰ ২৪ জন ক’ভিড-১৯ আক্ৰান্ত, মুঠ ৮৮লৈ বৃদ্ধি
২৪ গৰাকী লোক বি এছ এফৰ ত্ৰিপুৰাস্থিত ৮৬নং বেটেলিয়নত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৮৮গৰাকীলৈ বৃদ্ধি…
গুৱাহাটীত ৪ জন, অসমত একেদিনাই চিনাক্ত ৮ ক’ভিড-১৯ পজিটিভ
চাৰিজন ব্যক্তি গুৱাহাটীত বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। ফলত একেদিনাই ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত ব্যক্তি অসমত আঠজনলৈ বৃদ্ধি পাইছে। গুৱাহাটীত চিনাক্ত হোৱা এজন…
অসমত আজি চিনাক্ত চাৰিজন ক’ভিড-১৯ আক্ৰান্ত
অসমত আজিৰ দিনটোত চাৰিজনকৈ ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। কাছাৰৰ চাৰিজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ। ৰাজস্থানৰ আজমেৰৰ পৰা এখন…
AIIMSৰ সঞ্চালকৰ সতৰ্ক বাৰ্তা; জুন-জুলাইত দেশত দ্ৰুতভাৱে বিয়পিব পাৰে কৰ’না মহামাৰী
কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই এক গুৰুত্বপূৰ্ণ বক্তৱ্য আগবঢ়াইছে। তেওঁ কয় যে জুন-জুলাই মাহত কৰ’নাৰ সংক্ৰমণৰ…
৩১ মাৰ্চলৈকে চলিব অসমৰ শিক্ষাবৰ্ষ, বহু গুৰুত্বপূৰ্ণ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চত শেষ হ’ব। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক সংবাদমেলত কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজতে…
আজমীৰ ফেৰৎ শিলচৰত চিনাক্ত অসমৰ শেহতীয়া কোভিড-১৯ ৰোগীজন প্ৰকৃততে তেজপুৰৰহে
অসমৰ ৪৫সংখ্যক কাছাৰৰ কোভিড-১৯ ৰোগীজনৰ সৱিশেষ পোহৰলৈ আহিছে। বাতৰি অনুসৰি, শিলচৰত পৰীক্ষাত পজিটিভ ওলেৱা ৰোগীজন দৰাচলতে তেজপুৰৰহে। ৰাজস্থানৰ প্ৰসিদ্ধ আজমীৰ দৰগাহত আৱদ্ধ…
সাৱধান! ATM ৰ পৰা সংক্ৰমিত হ’ব পাৰে ক’ৰ’না; কিমান সুৰক্ষিত মহানগৰীৰ ATM?
ATM ব্যৱহাৰ কৰোতে সাৱধান হওঁক আপুনি; কিয়নো এই এটিএমৰ পৰাও বিয়পিব পাৰে মাৰাত্মক ক’ৰ’না ভাইৰাছ। উল্লেখযোগ্য যে, বিশ্বজুৰি দিনক দিনে বৃদ্ধি পাই…
কোভিড১৯ প্ৰতিৰোধী ল’কডাউনৰ সময়ছোৱাত শিশু জন্মৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত থাকিব ভাৰত
মহামাৰী ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যহাত থকা ল’কডাউনৰ সময় ভাৰতত জন্ম হ’ব বিশ্বৰ ভিতৰতে সৰ্বাধিক শিশু। এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰ সংঘই।…