Tag: COVID-19
তবলিগী জামাতৰ পিছত এইবাৰ ১৪৮ গৰাকী তীৰ্থযাত্ৰীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি
তবলিগী জামাতৰ ধৰ্মীয় কাৰ্যসূচীৰ পিছত এইবাৰ তীৰ্থযাত্ৰা কৰি উভতি অহা তীৰ্থযাত্ৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি। পঞ্জাৱৰ ১৪৮ শিখ তীৰ্থযাত্ৰীৰ শৰীৰত…
ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা সম্পন্ন; সাংবাদিকৰ ত্যাগক শলাগ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সৈতে ইলেকট্ৰনিক মেডিয়া আৰু প্ৰিন্ট মেডিয়াৰ সম্পাদকসকলৰ লগত আলোচনা অুনষ্ঠিত হৈছিল। খানাপাৰস্থিত অসম প্ৰশাসনীয়…
ট্ৰাম্পৰ দাবীৰ বিপৰীতে কৰ’না ভাইৰাছ মূলত প্ৰাকৃতিক বুলি পুনৰ স্পষ্ট কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই
বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই শুকুৰবাৰে দোহাৰিছে যে নভেল কৰ’না ভাইৰাছ মূলত প্ৰাকৃতিক। চীনৰ এটা লেবৰটৰীত এই মাৰাত্মক ভাইৰাছটোৰ সৃষ্টি হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ…
সুস্থ হৈ উঠা কৰ’না ৰোগীৰ প্ৰতি লিটাৰ তেজ বিক্ৰী হৈছে ১০ লাখ টকাত!
ইন্টাৰেনেটৰ জৰিয়তে অবৈধভাৱে কৰ’নাৰ পৰা সুস্থ হৈ ৰোগীৰ তেজ বিক্ৰী কৰি থকা হৈছে। কৰ’নাৰ চিকিৎসা আৰু ভেকচিনৰ নামত ৰোগীৰ তেজ ডাৰ্কনেটত বিক্ৰী…
কৰ’নাৰ ফলত আৰ্থিক মন্দা; এপ্ৰিলত বিক্ৰী নহ’ল মাৰুতিৰ এখনো গাড়ী
মহামাৰী কৰ’না ভাইৰাছৰ আতংকই ভাৰতকে ধৰি গোটেই বিশ্বৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত বহু…
দ্বিতীয়বাৰ শৰীৰত কৰ’না সংক্ৰমণৰ সম্ভাৱনা নাই; দাবী গৱেষকৰ
কৰ’না ভাইৰাছৰ চৰিত্ৰ সম্পৰ্কে বিভিন্ন তথ্য ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াৰে কিছুমান সময়ত সত্য বুলি প্ৰমানিত হোৱাৰ বিপৰীতে আন কিছুমান ভুল বুলিও…
দুসপ্তাহলৈ বৃদ্ধি দেশজোৰা লকডাউন
কেন্দ্ৰই কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলিত লকডাউন ৪ মে’ৰ পিছত পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই সন্দৰ্ভত জাননী জাৰি…
নাওবৈচাৰ ঘটনা: ‘এনেদৰে শিলা বৰ্ষণ কৰিলে লগে লগে গুলীয়াই দিয়াৰ ব্যৱস্থা কৰক’
বৃহস্পতিবাৰে সন্ধিয়া নাওবৈচাৰ পানধোৱাৰ এক মছজিদত জুম বান্ধি নামাজ পঢ়াৰ সময়ত এনে কাম নকৰিবলৈ আহ্বান জনাবলৈ যোৱা আৰক্ষীৰ দলক শিলাবৰ্ষণ কৰাৰ পাছতে…
কোভিড-১৯ৰ লকডাউনৰ মাজতে জ্যেষ্ঠ নাগৰিকৰ বাবে গোৱালপাৰাত ব্যতিক্ৰমী প্ৰয়াস
কোভিড-১৯ৰ লকডাউনৰ মাজতে গোৱালপাৰা জিলা প্ৰশাসনে এক উদ্ভাৱনমূলক ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘মিছন গোৱালপাৰা কেয়াৰ্ছ’নামেৰে এক অভিযান আৰম্ভ কৰিছে। ‘’আমাৰ…
লকডাউন আখ্যান: ৰোগী সাজি এম্বুলেন্সত গৈ বিয়া পাতি আনিলে কইনা আৰু…
লকডাউনৰ সময়তে দেশত এনে কিছুমান আজৱ ঘটনা পোহৰলৈ আহিছে য’ত কিছু লোকে আৰক্ষীৰ চকুত ধূলি মাৰি নিজৰ ইপ্সিত কাম সমাপন কৰিছে। উত্তৰ…